মুক্তি পালে অসমীয়া ছবি প্ৰতিশ্ৰুতি...

মুক্তি পালে অসমীয়া ছবি প্ৰতিশ্ৰুতি...

author-image
Asomiya Pratidin
New Update
মুক্তি পালে অসমীয়া ছবি প্ৰতিশ্ৰুতি...

ডিজিটেল সংবাদ,বজালীঃ ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ সমৰ্থনত শুকুৰবাৰে মুক্তি পালে অসমীয়া ছবি প্ৰতিশ্ৰুতি। ড্ৰাগছৰ দৰে মহামাৰীক সম্পূৰ্ণৰূপে সমাজৰ পৰা আঁতৰ কৰাটোৱে প্ৰতিশ্ৰুতিৰ মূল কাহিনী।

Advertisment

নিজৰ সন্তানক সময় দিয়াৰ পৰিৱৰ্তে অগাধ টকা পইছা দি একাংশ অভিভাৱকে কিদৰে সন্তানক মৃত্যু মুখলৈ থেলি দিছে সেই সুন্দৰ বাৰ্তাৰে ছবিখন নিৰ্মাণ কৰা হৈছে।

আজি মুক্তি লাভ কৰা প্ৰতিশ্ৰুতিৰ কাহিনী বজালীৰ সন্তান কিশোৰ তহবিলদাৰৰ। উল্লেখ্য যে, ছবিখনত প্ৰস্তুতি পৰাশৰৰ দক্ষ অভিনয় চাই দৰ্শকে ব্যাপক সঁহাৰি জনাইছে।

Also Read: ৰাজ্যৰ প্রাক্তন মুখ্য সচিব হৰেন্দ্র নাথ দাসৰ দেহাৱসান

assamese movie