/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019/09/asom-sahitya-sabha-face-2-sept.jpg)
কোন হ'ব অসম সাহিত্য সভাৰ সভাপতি? ভোট গণনাত আগবাঢ়ি আছে এইসকল...
অব্যাহত আছে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা।
ইতিমধ্যে ৬ টা ৰাউণ্ডৰ অন্ত পৰিছে।
ষষ্ঠ ৰাউণ্ডৰ অন্তত সভাপতি পদত আগবাঢ়ি আছে ড০ সূৰ্য হাজৰিকা।
ড০ সূৰ্য হাজৰিকাই এই পৰ্যন্ত লাভ কৰিছে ১৮৬ টা ভোট।
উপ-সভাপতি পদত আগবাঢ়ি আছে গিৰীশ সন্দিকৈ।
গিৰীশ সন্দিকৈয়ে এই পৰ্যন্ত লাভ কৰিছে ১৯৪ টা ভোট।
আনহাতে প্ৰধান সম্পাদকৰ পদত আগবাঢ়ি আছে উপেন্দ্ৰজিৎ শৰ্মা।
উপেন্দ্ৰজিৎ শৰ্মাই এই পৰ্যন্ত লাভ কৰিছে ১৬৩ টা ভোট।
ক্লিক কৰি পঢ়কঃ ডিব্ৰুগড়ত ৯৭৩.৩৮ কোটি টকাৰ আঁচনিৰ শিলন্যাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...