অসম গ্ৰন্থমেলাৰ প্ৰসংগত সংবাদমেলৰ আয়োজন...

সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সংস্থাৰ ফালৰ পৰা ভিন্ন স্থানত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ অগ্ৰগতি সন্দৰ্ভত ব্যাখ্যা আগবঢ়োৱা হ'ব

author-image
Asomiya Pratidin
New Update
অসম গ্ৰন্থমেলাঃ গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত গ্ৰন্থমেলাৰ সমান্তৰাল অগ্ৰগতি...

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ অসম গ্ৰন্থমেলা সন্দৰ্ভত সংবাদ মেলৰ আয়োজন। সংবাদ মেলখন অহা ২৮ অক্টোবৰত দিনৰ ১১ বজাত অসম প্ৰকাশন পৰিষদ বামুণীমৈদামৰ কাৰ্যালয়ত আয়োজন কৰা বুলি আয়োজক সমিতিয়ে জনায়।

Advertisment

উল্লেখ্য যে, আয়োজক সমিতিয়ে জনোৱা অনুসৰি উক্ত সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সংস্থাৰ ফালৰ পৰা ভিন্ন স্থানত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ অগ্ৰগতি সন্দৰ্ভত ব্যাখ্যা আগবঢ়োৱা হ'ব ৷ সেয়ে কাইলৈ হ'বলগীয়া সংবাদমেলত আয়োজক সমিতিয়ে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

assam guwahati assam book fair press meet