তেল চোৰক গুলীয়ালে নগাঁও আৰক্ষীয়ে

তেল চোৰক গুলীয়ালে নগাঁও আৰক্ষীয়ে
  • তেল চোৰক গুলীয়ালে নগাঁও আৰক্ষীয়ে

  • নগাঁও আৰক্ষীৰ গুলীত আহত তেল চোৰ

  • নিশা বৰঘাটত গুলীচালনা

  • খাৰুৱা তেল চুৰিৰ ঘটনাৰে জৰিত গুলীবিদ্ধ ইমদাদ আলি

  • তেলচোৰ ইমদাদৰ ঘৰ গোলাঘাটৰ মেৰাপানীত

  • বৃহস্পতিবাৰৰ নিশা ইমদাদ আলীক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে

  • তেলচোৰৰ ঘটনাৰ সন্দৰ্ভত ইমদাদক লৈ শুক্ৰবাৰৰ নিশা আৰক্ষীয়ে চলাইছিল অভিযান

  • নিশা এক বজাত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত পলায়নৰ চেষ্টা ইমদাদৰ

  • আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰা ইমদাদক গুলীচালনা নগাঁও আৰক্ষীৰ

  • ভৰিত গুলী লাগে ইমদাদ আলিৰ

  • নিশাই গুৱাহাটী মেডিকেললৈ প্ৰেৰণ তেল চোৰ ইমদাদ আলিক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in