
তেল চোৰক গুলীয়ালে নগাঁও আৰক্ষীয়ে
নগাঁও আৰক্ষীৰ গুলীত আহত তেল চোৰ
নিশা বৰঘাটত গুলীচালনা
খাৰুৱা তেল চুৰিৰ ঘটনাৰে জৰিত গুলীবিদ্ধ ইমদাদ আলি
তেলচোৰ ইমদাদৰ ঘৰ গোলাঘাটৰ মেৰাপানীত
বৃহস্পতিবাৰৰ নিশা ইমদাদ আলীক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে
তেলচোৰৰ ঘটনাৰ সন্দৰ্ভত ইমদাদক লৈ শুক্ৰবাৰৰ নিশা আৰক্ষীয়ে চলাইছিল অভিযান
নিশা এক বজাত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত পলায়নৰ চেষ্টা ইমদাদৰ
আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰা ইমদাদক গুলীচালনা নগাঁও আৰক্ষীৰ
ভৰিত গুলী লাগে ইমদাদ আলিৰ
নিশাই গুৱাহাটী মেডিকেললৈ প্ৰেৰণ তেল চোৰ ইমদাদ আলিক