
ডিজিটেল ডেস্কঃ ৫০ ৰাণতে শেষ শ্ৰীলংকাৰ ৫০ অভাৰৰ ইনিংছ। ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত এছিয়া কাপৰ ফাইনেলত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় শ্ৰীলংকাই।
কিন্তু ভাৰতীয় বলাৰৰ আগত তিষ্টি থাকিব নোৱাৰিলে শ্ৰীলংকাই। ১৫ অভাৰ ২ টা বলতে ইনিংছ সামৰি ভাৰতক শ্ৰীলংকাই বান্ধি দিয়ে ৫১ ৰাণৰ লক্ষ্য। ভাৰতৰ মহম্মদ চিৰাজে ৬টা আৰু হাৰ্দিক পাণ্ডিয়াই ৩ উইকেট দখল কৰে।
কিছু সময় পাছতে আৰম্ভ হ'ব ভাৰতৰ ইনিংছ।ঢকুৱাখনা পৌৰ সভাৰ স্বচ্ছতা অভিযান