New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/afga.jpg)
- এছিয়া কাপত আজি খেলত বাংলাদেশৰ বিৰুদ্ধে থিয় দিয়ে আফগানিস্তান।
- বাংলাদেশে ৭ ইউকেটত ১২৮ ৰাণৰ লক্ষ্য বান্ধি দিয়ে আফগানিস্তানক।
- আফগানিস্তানৰ বৃহৎ জয়।
- বাংলাদেশত পৰাস্ত কৰিলে আফগানিস্তানে।
- ৩ ইউকেটত ১৩১ ৰাণ লাভ কৰে আফগানিস্তানে।
- ১৮ অভাৰ ২টা বলত লক্ষ্য পাৰ কৰিলে আফগানিস্তানে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us