নুমলীগড়ত অবৈধ অৰুণাচলী সুৰা জব্দ...

নুমলীগড়ত অবৈধ অৰুণাচলী সুৰা জব্দ...
  • অবৈধ সুৰা সৰবৰাহকাৰীৰ অভিনৱ পন্থা ৷

  • এইবাৰ চিমেন্ট পৰিবাহী ট্ৰাকত চিমেন্টৰ মাজত সৰবৰাহ অবৈধ বিদেশী সুৰা ৷

  • বোকাখাতৰ নুমলীগড়ত জব্দ কৰা হৈছে অবৈধ অৰুণাচলী সুৰা।

  • আৰক্ষীৰ নাকা চেকিঙত জব্দ কৰিবলা সক্ষম হয় সুৰাভৰ্তি ট্রাকখন।

  • ইটানগৰৰ পৰা ডিমাপুৰলৈ সৰবৰাহ কৰিছিল সুৰাখিনি NL 01 AE 5393 নম্বৰৰ ট্ৰাকখনত।

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা সৰবৰাহকাৰীক আটক কৰিছে।

নুমলীগড়ত অবৈধ অৰুণাচলী সুৰা জব্দ...
ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেন্টাৰৰ "বিশ্ব প্ৰিএক্লেমছিয়া দিৱস" পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in