বিধানসভাৰ আৰম্ভণিতেই অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন...

বিধানসভাৰ আৰম্ভণিতেই অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন...

author-image
Asomiya Pratidin
New Update
ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক গৰিহণা ৰাইজৰ দলৰ...

বিধানসভাৰ আৰম্ভণিতেই অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন...

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতেই বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া হ'ল বিধায়ক অখিল গগৈক। বিধানসভাৰ প্ৰশ্নোত্তৰ শিতানত অখিল গগৈয়ে হুলস্থুলীয়া পৰিৱেশনৰ সূচনা কৰাৰ অভিযোগত তেওঁক প্ৰশ্নোত্তৰ শিতানৰ সময়ছোৱাৰ বাবে নিলম্বন কৰা হৈছে। অখিল গগৈক মাৰ্ছেল লগাই উলিয়াই দিয়া হৈছে।

ক্লিক কৰি পঢ়কঃ বন্যহস্তীৰ আক্ৰমণত গোৱালপাৰাত পুনৰ এজনৰ মৃত্যু...

অখিল গগৈ অসম বিধানসভা