দুৰ্ঘটনাগ্ৰস্ত বিমানখনত কেবিন ক্ৰু আছিল এগৰাকী মিজোৰামৰ যুৱতী...

গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ ঘটনা। বিমান বন্দৰৰ সমীপৰ মেঘানী নগৰত দুৰ্ঘটনাত পতিত বিমানখন। বিমানখনত আছিল ২৪৪ গৰাকী যাত্রী।

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
XVXVXC
  • আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল উত্তৰ-পূবৰ যুৱতী
  • বিমানখনত কেবিন ক্ৰু হিচাপে আছিল যুৱতীগৰাকী
  • যুৱতীগৰাকীৰ নাম লামনুমথিয়েম ছিংচং
  • মিজোৰামৰ জীয়ৰী আছিল লামনুমথিয়েম
মিজোৰাম বিমান দুৰ্ঘটনা