/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
ষ্ট্ৰোকত আক্ৰান্ত হৈ এপল'ত চিকিৎসাধীন অভিনেতা ৰূপম বৰুৱা...
গুৰুতৰভাৱে অসুস্থ অভিনেতা ৰূপম বৰুৱা।
ষ্ট্ৰোকত আক্ৰান্ত হৈছে অভিনেতাগৰাকী।
সংকতজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছে এপল' হাস্পতালত।
প্ৰবীণ অভিনেতা ঈশান বৰুৱাৰ পুত্ৰ ৰূপম বৰুৱা।
অসমীয়া ধাৰাবাহিক জগতৰ অন্যতম পৰিচিত অভিনেতা ৰূপম বৰুৱা।
অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা গুণমুগ্ধৰ।
Also Read: চিৰাঙত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা...