ধুলা কাণ্ডৰ অন্যতম অভিযুক্ত কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আদালতত হাজিৰ...

বৃহস্পতি বাৰে আত্মসমৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ হোৱা আশীৰ্বাদ হাজৰিকাক শুক্ৰবাৰে জিলা ও সত্ৰ ন্যায়াধীশ,মঙলদৈৰ আদালতত হাজিৰ কৰায় চি আই ডিৰ দলে

author-image
Asomiya Pratidin
New Update
ধুলা কাণ্ডৰ অন্যতম অভিযুক্ত কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আদালতত হাজিৰ...

দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আদালতত হাজিৰ

ডিজিটেল সংবাদ,‌মঙলদৈঃ ধুলা কাণ্ডৰ অন্যতম অভিযুক্ত কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক আদালতত হাজিৰ কৰায় চি আই ডিৰ দলে। শুকুৰবাৰে মঙলদৈৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত চি আই ডিৰ দলে হাজিৰ কৰায় ধুলা কাণ্ডৰ অন্যতম অভিযুক্ত কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক ৷

Advertisment

উল্লেখ্য যে, বৃহস্পতি বাৰে আত্মসমৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ হোৱা আশীৰ্বাদ হাজৰিকাক শুক্ৰবাৰে জিলা ও সত্ৰ ন্যায়াধীশ,মঙলদৈৰ আদালতত হাজিৰ কৰায় চি আই ডিৰ দলে ৷

আৰু পঢ়কঃ ডেংগুত আক্ৰান্ত হৈ জি এম চি এইচত মৃত্যু ২ জনৰ

assam mangaldai police dhula