ডেংগুত আক্ৰান্ত হৈ জি এম চি এইচত মৃত্যু ২ জনৰ

ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ লৈছে ডেংগুৱে।
ডেংগুত আক্ৰান্ত হৈ জি এম চি এইচত মৃত্যু ২ জনৰ
  • ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ লৈছে ডেংগুৱে।

  • GMCHত ডেংগুত মৃত্যু দুগৰাকী লোকৰ।

  • এজন ৭ নৱেম্বৰত আৰু আনজনৰ ১০ নৱেম্বৰত মৃত্যু।

  • GMCHত বৰ্তমান চিকিৎসাধীন ১৮গৰাকী ডেংগু ৰোগী।

  • ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোক আক্ৰান্ত হৈছে ডেংগুত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in