New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/Mosquitoes-Aedes-aegypti-carrier-yellow-fever-dengue.jpg)
ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ লৈছে ডেংগুৱে।
GMCHত ডেংগুত মৃত্যু দুগৰাকী লোকৰ।
এজন ৭ নৱেম্বৰত আৰু আনজনৰ ১০ নৱেম্বৰত মৃত্যু।
GMCHত বৰ্তমান চিকিৎসাধীন ১৮গৰাকী ডেংগু ৰোগী।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোক আক্ৰান্ত হৈছে ডেংগুত।