/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4a107aa0-9a40-4a89-9eac-a41ef3b137a8/1111.jpg)
boko accident
-
সোণাপুৰৰ কপালকাতাত ভয়াৱহ পথ দুৰ্ঘটনা
-
তীব্রবেগী বাইকৰ খুন্দাত নিহত এটি ৭ বছৰীয়া শিশু
-
৩৭ নং ৰাষ্ট্রীয় ঘাইপথ পাৰ হওতে সংঘটিত এই দুৰ্ঘটনা
-
দুৰ্ঘটনাত শিশুটিৰ মাতৃ আহত
-
নিহত শিশুটিৰ নাম অনিকা খাতুন
-
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাইকখনৰ চালকৰ
-
পৰৱৰ্তী সময়ত আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন
আৰু পঢ়ক : আজি শিশু দিৱস...