New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1db7a489-f2e1-477a-91e2-5b378e61b112/accident.jpg)
গোৱালপাৰাৰ ৰংজুলিত পথ দুৰ্ঘটনা
সাৰাপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা
তীব্রবেগী বাহনৰ খুন্দা বাইক আৰু স্কুটীত
দুৰ্ঘটনাত নিহত দুজন লোক আৰু আহত এটি শিশু
নিহত শান্তা ৰায় আৰু ইনামনি ৰয় নামৰ লোক দুজন
আহত অংশুমান ৰয়ক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ।
আৰু পঢ়কঃ শান্ত এছিয়াৰ দক্ষিণ-পূৱ প্ৰান্ত ! ড্ৰাগছ, অবৈধ অস্ত্ৰৰ সৰবৰাহৰো হওক অন্ত...