দ্ৰুত বেগী ডাম্পাৰে মহতিয়ালে এজনকঃ থিতাতে নিহত...

গোগামুখৰ এন এইচ পি চি ৰোডত এখন দ্ৰুত বেগী ডাম্পাৰে মহতিয়াই লৈ যায় এজন লোকক। ডাম্পাৰৰ খুণ্ডাত মত্যু হয় লোকজনৰ। এই পৰ্যন্ত নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল সংবাদ,গোগামুখঃ   বুধবাৰে পুৱা ধেমাজীৰ গোগামুখত সংঘটিত হৈছে পথ দুৰ্ঘটনা।ডাম্পাৰৰ চেপাত মৃত্যু হয় এজন লোকৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোগামুখৰ এন এইচ পি চি ৰোডত এখন দ্ৰুত বেগী ডাম্পাৰে মহতিয়াই লৈ যায় এজন লোকক।

Advertisment

ডাম্পাৰৰ খুণ্ডাত মত্যু হয় লোকজনৰ। এই পৰ্যন্ত নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ইতিমধ্যে প্ৰত্যক্ষদৰ্শীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছত হে লোকজনৰ পৰিচয় উদ্ধাৰ হ'ব।

নিহত