/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
লংকাৰ ভালুকমাৰীত পথ দুৰ্ঘটনা
-
বল বমৰ দল কঢ়িয়াই অনা টেম্পু আৰু আল্ট্ৰা বাছৰ মাজত সংঘৰ্ষ
-
মহা মৃত্যুঞ্জয় মন্দিৰৰ পৰা উভতি অহাৰ সময়তে ভালুকমাৰী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটো
-
ঘটনাত টেম্পুত অহা ৫ গৰাকীকৈ মহিলা যাত্ৰী আহত
-
আহতক জোৰাপুখুৰীৰ জিলা চিকিৎসালয়ত ভৰ্তি
-
কাৰ্বি আংলঙৰ দিয়ুংমুখৰ সমীপৰ পৰা আহিছিল দলটো
Also Read: ইন্দ্ৰজাল যাদু মহোৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত