বৰ্ষাপাৰত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া, টিকটৰ মূল্য নিৰ্ধাৰণ অসম ক্ৰিকেট সন্থাৰ...

বৰ্ষাপাৰত ১০ জানুৱাৰী ২০২৩ ত অনুষ্ঠিত হ'ব ভাৰত শ্ৰীলংকাৰ এদিনীয়া আন্তৰাষ্ট্ৰীয় মেচ।
বৰ্ষাপাৰত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া, টিকটৰ মূল্য নিৰ্ধাৰণ অসম ক্ৰিকেট সন্থাৰ...

ডিজিটেল ডেস্ক: বৰ্ষাপাৰত ১০ জানুৱাৰী ২০২৩ ত অনুষ্ঠিত হ'ব ভাৰত শ্ৰীলংকাৰ এদিনীয়া আন্তৰাষ্ট্ৰীয় মেচ। এই মেচ খন উপভোগ কৰিবলৈ বিচৰা সকলৰ বাবে টিকটৰ মূল্য় ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই।

এই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচখনৰ বাবে এচিএ টিকটৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰিছে ৫ হাজাৰ টকা। অৱশ্যে শিক্ষাৰ্থী সকলৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ্থী সকলে তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰি ৪৭৫ টকাতেই এই খেল উপভোগ কৰিব পাৰিব।

আৰু পঢ়ক; ড০ শিৱনাথ বৰ্মনঃ এটা গোচৰ, প্ৰজ্ঞাৰ পোহৰ আৰু এজন সাধক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in