ৰৌতাত বিদ্যুৎ বিভাগৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছু কৰ্মীৰ...

ৰৌতাত বিদ্যুৎ বিভাগৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছু কৰ্মীৰ...

ডিজিটেল সংবাদ,ৰৌতাঃ ৰৌতাত আঞ্চলিক আছুৰ উদ্যোগত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যুতৰ অনিয়মীয়া যোগান আৰু বিদ্যুতৰ অত্যাধিক মাছুল বৃদ্ধিৰ সমান্তৰাল ভাবে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

ৰৌতা চাৰিআলিত বিদ্যুৎ বিভাগৰ মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰে আছু কৰ্মীয়ে।লগতে চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ৰৌতাৰ আকাশ বতাহ কপাই তোলে। উল্লেখ্য যে, কাৰ্য্যসূচী ৰূপায়ণ কৰা প্ৰতিবাদকাৰীক ৰৌতা আৰক্ষীয়ে বাধা প্ৰদান কৰে।

ৰৌতাত বিদ্যুৎ বিভাগৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছু কৰ্মীৰ...
কৰ্কট ৰোগৰ 'হটস্পত' অসম! প্ৰতি বছৰে ৰোগাক্ৰান্তৰ ৫০ শতাংশৰে মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in