/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a1f7dd06-e8be-4255-abe6-def5f3d15245/vote_19.jpg)
ডিজিটেল ডেস্ক : দেশত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটদান পৰ্ব। দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ পৰ্ব । দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ পৰ্ব।
নিৰ্বাচন উপলক্ষে আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৮ৰাজ্যৰ ভোটদানৰ হাৰ উল্লেখ কৰা হ'ল- দুপৰীয়া ১-০০বজালৈকে প্ৰকাশ কৰা তথ্য মতে ভোটদানৰ হাৰ হৈছে- ৩৬.৭৩ শতাংশ।
-
বিহাৰ- ৩৪.৬২ শতাংশ
-
জম্মু-কাশ্মীৰ- ৩৪.৭৯ শতাংশ
-
ঝাৰখণ্ড- ৪১.৮৯ শতাংশ
-
লাডাখ- ৫২.০২ শতাংশ
-
মহাৰাষ্ট্ৰ- ২৭.৭৮ শতাংশ
-
উৰিষ্যা- ৩৫.৩১ শতাংশ
-
উত্তৰপ্ৰদেশ- ৩৯.৫৫ শতাংশ
-
পশ্চিমবংগ- ৪৮.৪১ শতাংশ।
Also Read: লোকসভা নিৰ্বাচন : নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দেশৰ ৮ৰাজ্যত ভোটদানৰ হাৰ...