পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণঃ ৫ বজালৈকে মাত্ৰ ৫৬.৬৮ শতাংশ ভোটগ্ৰহণ

পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণঃ ৫ বজালৈকে মাত্ৰ ৫৬.৬৮ শতাংশ ভোটগ্ৰহণ

ডিজিটেল ডেস্ক :  দেশৰ ৮ খন ৰাজ্যৰ ৪৯টা সমষ্টিত অনুষ্ঠিত হৈছে পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব । নিৰ্বাচন উপলক্ষে আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৮ ৰাজ্যৰ ভোটদানৰ হাৰ উল্লেখ কৰা হ'ল- সন্ধিয়া ৫ বজালৈকে প্ৰকাশ কৰা তথ্য মতে ভোটদানৰ হাৰ হৈছে- ৫৬.৬৮ শতাংশ।

  • বিহাৰ- ৫২.৩৫ শতাংশ

  • জম্মু-কাশ্মীৰ- ৫৪.২১ শতাংশ

  • ঝাৰখণ্ড- ৬১.৯০ শতাংশ

  • লাডাখ- ৬৭.১৫ শতাংশ

  • মহাৰাষ্ট্ৰ- ৪৮.৬৬ শতাংশ

  • উৰিষ্যা- ৬০.৫৫ শতাংশ

  • উত্তৰপ্ৰদেশ- ৫৫.৮০ শতাংশ

  • পশ্চিমবংগ- ৭৩.০০ শতাংশ।

পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণঃ ৫ বজালৈকে মাত্ৰ ৫৬.৬৮ শতাংশ ভোটগ্ৰহণ
লোকসভা নিৰ্বাচনঃ দিনৰ ১ বজালৈ ভোটদানৰ হাৰ ৩৬.৭৩ শতাংশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in