৯দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ দুই মৌলবাদী সদস্যক

৯দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ দুই মৌলবাদী সদস্যক

author-image
Asomiya Pratidin
New Update
৯দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ দুই মৌলবাদী সদস্যক

ডিজিটেল ডেস্কঃ মঙলবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয় দুই দুধৰ্ষ বাংলাদেশী উগ্ৰপন্থীক। দুই মৌলবাদী সদস্যক ৯দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে। বাহাৰ মিঞা আৰু ৰচুল হকক মঙলবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছতেই এই সিদ্ধান্ত দিয়ে আদালতে।

Advertisment

উল্লেখযোগ্য যে সোমবাৰে পল্টনবজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল দুজন দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী। ধৃত দুয়োজন আনচাৰুল্লাহ বাংলা টীমৰ সদস্য বুলি জানিব পৰা গৈছে। গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্রেছযোগে গুৱাহাটীলৈ আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Also Read: সামাজিক মাধ্যমৰ পৰা আঁতৰাব লাগিব ভুৱা পোষ্টঃ নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা...

guwahati police bangladeshi guwahati