মালিগাঁৱত গাঞ্জাসহ মহিলা সৰবৰাহকাৰীক আটক

মালিগাঁৱত গাঞ্জাসহ মহিলা সৰবৰাহকাৰীক আটক

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

  • গুৱাহাটী মহানগৰৰ মালিগাঁৱত গাঞ্জাসহ মহিলা সৰবৰাহকাৰীক আটক

  • কামাখ্যা ৰে’ল জংচনত RPFৰ অভিযান

  • হামচাফৰ ৰে’লখনৰ পৰা জব্দ ১৮ কেজি গাঞ্জা

  • গ্রেপ্তাৰ সৰবৰাহকাৰী মঞ্জু দাস, সন্ধ্যা সৰকাৰ আৰু সুপামা পাল

  • আগৰতলাৰ পৰা বাংগালুৰলৈ সৰবৰাহ কৰিছিল গাঞ্জাখিনি

  • ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীৰ তদন্ত অব্যাহত।

Advertisment

Also Read: ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ

maligaon CRPF crime