মহানগৰীৰ জু ৰোডত চাঞ্চল্যকৰ ঘটনা

মহানগৰীৰ জু ৰোডত চাঞ্চল্যকৰ ঘটনা
  • মহানগৰীৰ জু-ৰোডত চাঞ্চল্যকৰ ঘটনা

  • এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

  • এটা এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ পৰা পৰি মহিলাৰ মৃত্যু

  • নিহত মহিলাগৰাকী মীনাক্ষি নন্দি ৰায়

  • ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো

  • Exotica Green নামৰ এপাৰ্টমেণ্টত সংঘটিত হৈছে ঘটনা

  • মহিলাগৰাকীৰ হত্যা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই

  • সম্প্ৰতি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

মহানগৰীৰ জু ৰোডত চাঞ্চল্যকৰ ঘটনা
শ্বেখ হাছিনাক তীব্ৰ সমালোচনা বি এন পি নেতা ৰুহুল কবিৰ ৰিজৱীৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in