/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
বামুণীমৈদামত ৬ মহলীয়া অট্টালিকাৰ পৰা পৰি বহিঃৰাজ্যৰ যুৱতীৰ মৃত্যু...
-
মহানগৰীৰ অট্টালিকাৰ পৰা পৰি যুৱতীৰ মৃত্যু।
-
বামুণীমৈদামস্থি সোৱণশিৰি এপাৰ্টমেণ্টত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
-
এটা ৬ মহলীয়া অট্টালিকাৰ পৰা মৃত্যু হৈছে এগৰাকী যুৱতীৰ।
-
নিহত যুৱতীগৰাকীৰ নাম তাংচি কে চাংমা।
-
তাংচি কে চাংমাৰ প্ৰকৃত ঘৰ মেঘালয়ত।
-
জানিব পৰা মতে ৬B নম্বৰৰ ফ্লেটৰ পৰা পৰিছিল যুৱতীগৰাকী।
Also Read: এক দেশ, এক নিৰ্বাচন সন্দৰ্ভত ২৩ ছেপ্টেম্বৰত বৈঠকঃ কংগ্ৰেছৰ বিৰোধিতা...