/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/faa1b451-48b8-47f9-b0a7-87710bf86fc0/AP_WEB_Rain.jpg)
ডিজিটেল ডেস্ক: বিগত ৩ দিন ধৰি মহানগৰীকে কেন্দ্ৰ কৰি ইয়াৰ কাষৰীয়া অঞ্চলবোৰত প্ৰতিকূল বতৰে দেখা দি আহিছে। ইয়াৰ মাজতে আজি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাননী যোগে এক সতৰ্কবাণী জাৰি কৰিছে।
গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী মতে, অহা তিনি ঘণ্টাৰ ভিতৰত কামৰূপ মহানগৰ আৰু গোৱালপাৰা জিলাৰ ঠায়ে ঠায়ে বিজুলী ঢেৰেকনি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভৱনা আছে।
Also Read: ভাৰতলৈ ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰছেট'...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us