New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
গুৱাহাটীত পুনৰ ফাটিল পানীৰ পাইপ
-
খাৰঘুলি,ৰাজগড়ৰ পাচত শিলপুখুৰীত ফাটিল পাইপ
-
দেওবাৰে পুৱা প্ৰায় ৬ বজাত শিলপুখুৰীত পানীৰ পাইপ ফাটি সৃষ্টি হয় আতংকৰ
-
জলমগ্ন সমগ্ৰ অঞ্চল
-
অভিযোগ অনুসৰি খবৰ দিয়াৰ পিচতো অহা নাই জল ব'ৰ্ডৰ কৰ্মী।