/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
নিশা মহানগৰীত নিচাসক্ত চালকৰ উদ্ভণ্ডালি
-
তীব্রবেগী বাহনে মহতিয়ালে কেইবাটাও বিদ্যুতৰ খুঁটা
-
বাহনৰ চালকক খেদি খেদি কৰায়ত্ত কৰি উত্তম মধ্যম ৰাইজৰ
-
আঘাতপ্রাপ্ত কেইবাজনো পথচাৰীক হাস্পতালত ভৰ্তি
-
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 01 DN 7124
-
বাহনখনৰ গৰাকীৰ নাম দিপামণি দাস বুলি জানিব পৰা গৈছে।