বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ

বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ

ডিজিটেল ডেস্ক : বৰ্ষীয়ান সাংবাদিক তথা সম্পাদক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ। দেওবাৰে সন্ধিয়া পৰিয়ালৰ লোকে তেওঁক গুৱাহাটী নিউৰোল'জিকেল ৰিছাৰ্জ চেণ্টাৰ (জি এন আৰ চি)ত ভৰ্তি কৰায়।

সাংবাদিকগৰাকীৰ স্বাস্থ্য দ্ৰুত অৱনতি ঘটাৰ বাবে তেওঁক হাস্পতালখনৰ আই চি ইউত ৰখা হৈছে। অৱশ্যে পূৰ্বতকৈ এতিয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা ভালেখিনি উন্নত হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।

কথা-বতৰাও স্বাভাৱিক ধৰণে পাতিছে প্ৰবীণ সাংবাদিকগৰাকীয়ে। এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চক্ৰৱৰ্তীৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে।

বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ
ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in