/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/148b5e24-8aca-4c14-bf3d-79466db766cc/00.jpg)
-
মহানগৰীৰ ৰাজপথৰ মাজৰ ডিভাইডাৰত উঠিল বাহন
-
লালমাটিৰ পৰা হাতীগাঁও অভিমুখী পথৰ মাজৰ বিদ্যামন্দিৰৰ কাষত সংঘটিত হৈছে এই ঘটনা
-
এখন বগা ৰঙৰ চুইফট বাহন ৰাজপথৰ মাজৰ ডিভাইডাৰত উঠে
-
বাহনখনত আছিল শিশু-মহিলাসহ প্ৰায় ৪গৰাকী লোক
-
সৰুসজাই ষ্টেডিয়ামৰ পৰা আহি আছিল বাহনখন
-
চালকগৰাকীয়ে পথৰ মাজৰ চাপৰ ডিভাইডাৰ নেদেখাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়
-
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ ডি ডব্লিঅ'-৭৯০৬
-
বাহনখনত থকা এটি শিশুৱে আঘাত পাইছে বাওঁ ভৰিত
-
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে যান-বাহন আৰক্ষী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/11797c8d-7d94-444f-8d1e-018e7ef881c4/9235e0fe_a390_45b5_9cd0_f90836f7208b.jpg)
Also Read: কৃষ্ণাইত জালনোটসহ আটক ৩ সৰবৰাহকাৰী