/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
উলুবাৰীৰ ৰ’য়েল অৰ্কেডৰ ঘটনা সন্দৰ্ভত ৪জনক আটক CBIৰ।
ৰে’ল লাইন নিৰ্মাণৰ নামত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী।
ৰাষ্ট্রীয় ঘাইপথ নিৰ্মাণৰ নামতো হৈছিল কেলেংকাৰী।
ধৃত চাৰিওজনকে CBIৰ বিশেষ আদালতত হাজিৰ।
ধৃত ঠিকাদাৰকেইজন ৰাম অৱতাৰ ভাৰাতীয়া, অবিনাশ ভাৰাতীয়া।
আন দুজন পৱন কুমাৰ ভাৰাতীয় আৰু শংকৰ প্রসাদ ম’ৰ।
আদালতে চাৰিওজনকে ৪ দিনৰ CBIৰ জিম্মালৈ প্রেৰণ কৰিছে।
অবিনাশ আৰু পৱন ৰাম অৱতাৰ ভাৰাতীয়াৰ পুত্র।
Also Read: চৰাইদেউ জিলাতো "দেশভক্তি দিৱস" পালন