/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4ce9d2ec-9471-4aff-86fb-9a63d32fab93/agranii.jpg)
মহানগৰীত দুখন বাহনসহ ৫ টাকৈ গৰু জব্দ...
মহানগৰীৰ সমীপৰ পানীখাইতিত চোৰাং গৰুভৰ্তি ট্রাক জব্দ।
শনিবাৰে নিশা প্রাগজ্যোতিষপুৰ আৰক্ষীয়ে জব্দ কৰে ট্রাকখন।
মায়ঙত এক দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা চলাইছিল ট্রাকখনে।
মায়ঙৰ একাংশ লোকৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ট্রাকখন।
ট্রাকখনত আছিল ২০টাকৈ গৰু।
Also Read: পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...