/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2d8491af-f1b9-48ee-a41c-cbd20ae75ffa/111.jpg)
খানাপাৰাৰ পাটৰকুছিত চোৰৰ লুটপাত
ৰাইজে হাতে-লোটে কৰায়ত্ত কৰি উত্তম-মধ্যম সোধাই চোৰক
চোৰৰ পৰা জব্দ এখন হাইড্রা বাহন, এটা শিল কটা মেচিন
ধৃত চোৰ দুটা বিলাল হুছেইন আৰু ক্রেনটিছ মাৰাক
ৰাইজক দেখি আন কেইবাটাও চোৰৰ পলায়ন
ৰাইজে ধৃত চোৰ দুটাক চমজাই দিয়ে আৰক্ষীক।
Also Read: আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...