/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পুনৰ মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাত...
মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাত।
নুনমাটিৰ ফৰেষ্টগেটৰ যুৱনগৰত এই চুৰিকাণ্ড।
যুৱনগৰ নামঘৰৰ পৰা লুটি নিলে নগদ ধনসহ বহু সা-সামগ্রী।
নামঘৰৰ লগতে লাগি থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰটো চলালে লুটপাত।
ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল।
Also Read: পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী : প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰঙ্গ আলাপ