/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/nagaon-theft-newsmain-face-news-111-acfb478a-c202-4e62-b075-befa4b5e3f16.jpg)
মহানগৰীত পুনৰ চুৰি কাণ্ডঃ অলংকাৰসহ লুটি নিলে প্ৰায় লাখ টকা...
মহানগৰীত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ড।
বেলতলা ভগদত্তপুৰত চোৰে চলালে চাফাই অভিযান।
গৃহস্থ নথকাৰ সুযোগত চোৰে চলালে লুট-পাত।
অজিত দাস নামৰ লোকজনৰ বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড।
লুটি নিলে সোণৰ আ-অলংকাৰসহ নগদ প্রায় ১ লাখ টকা।
সমগ্র ঘটনাৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীক গোচৰ।
আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: মঙলদৈ লোকসভা সমষ্টিৰ নাম 'দৰং - ওদালগুৰি' কৰাত মিশ্ৰিত প্ৰতিক্ৰিয়া