/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/197787ff-5a06-4737-828c-0cc1a859ea0c/10_th_apbn.jpg)
মহানগৰীত দশম আৰক্ষী বাহিনীৰ কাষতে চুৰি কাণ্ড...
মহানগৰীত পুনৰ সংঘটিত হৈছে এক চুৰিকাণ্ড।
মঙলবাৰে সন্ধিয়া চোৰে লুটিলে নগদ ধনসহ অলংকাৰ।
কাহিলীপাৰাৰ লোকবন্ধু নগৰৰ গিৰীশ চন্দ্র নাথৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড।
10 APBNৰ সমীপতে এই চুৰিকাণ্ডৰ ঘটনা।
ঘৰত কোনো নথকাৰ সুযোগতে চোৰে চলালে লুট।
লুটি নিলে প্রায় ৬০ হাজাৰ টকাসহ সোণৰ অলংকাৰ
Also Read: গৌৰৱ গগৈক শিশুৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...