মহানগৰীত বাহনৰ আইনা ভাঙি চোৰে লুটি নিলে ধন

মহানগৰীত বাহনৰ আইনা ভাঙি চোৰে লুটি নিলে ধন

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত ফুট গধূলিতে সংঘটিত হ'ল এক চুৰিকাণ্ড। মহানগৰীৰ লাচিত নগৰত বুধবাৰে সংঘটিত হ'ল এই চুৰিকাণ্ড। সূত্ৰৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি, ৰখাই থোৱা এখন বাহনৰ আইনা ভাঙি চোৰে লুটি নিলে ধন।

ভুক্তভোগী জান মহম্মদৰ বাহনৰ আইনা ভাঙি চোৰে লুটি নিলে গাড়ীৰ ভিতৰত থকা ধন। জান মহম্মদ মেঘদূত ভৱনৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে পল্টন বজাৰ আৰক্ষী।

মহানগৰীত বাহনৰ আইনা ভাঙি চোৰে লুটি নিলে ধন
কৰ দি মৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in