গৰম! কামৰূপ মেট্ৰ'ত সলনি হৈছে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী...

গৰম! কামৰূপ মেট্ৰ'ত সলনি হৈছে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী...
Published on
Updated on

ডিজিটেল ডেস্ক : গৰমৰ বাবে কামৰূপ মেট্ৰ'ত সলনি কৰা হৈছে পাঠদানৰ সময়সূচী। এক জাননী যোগে এই কথা সদৰী কৰিলে কামৰূপ মেট্ৰ'ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে। উৎকট গৰমৰ বাবে অহা ৫ জুনৰ পৰা অনিৰ্দিষ্ট কাললৈ সলনি কৰা হৈছে সময়সূচী।

জাননী অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহ পুৱা ৭.৩০ৰ পৰা ১২ বজালৈ, মাধ্যমিক বিদ্যালয়সমূহ পুৱা ৭.৩০ৰ পৰা ১২.৩০ বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা ৭.৩০ৰ পৰা ১ বজালৈ পাঠদান অনুষ্ঠিত কৰা হ'ব।

উল্লেখ্য যে, এই নিৰ্দেশনা চৰকাৰী-বেচৰকাৰীসকলো বিদ্যালয়ৰ বাবে প্ৰযোজ্য হ'ব।

গৰম! কামৰূপ মেট্ৰ'ত সলনি হৈছে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী...
কোকৰাঝাৰত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰে'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in