/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/622cc58f-c70b-4923-ae8a-83ce536199b8/9.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ আয়কৰ বিভাগৰ অভিযান। মহানগৰীৰ ৩টাকৈ স্থানত বৃহস্পতিবাৰে অভিযান চলাইছে বিভাগটোৱে। ব্যৱসায়ী কৈলাশ কাব্ৰা, ৰোহিত দাউৰা আৰু বিজয় যাছৰাছাৰীয়াৰ বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই আয়কৰ বিভাগে। কৰফাঁকিৰ বিৰুদ্ধে এই অভিযান চলাইছে আয়কৰ বিভাগে।
জানিব পৰা মতে, ব্যৱসায়ী কৈলাশ কাব্ৰা তেলৰ ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ বিপৰীতে বিজয় যাছৰাছাৰীয়াৰ আছে হোটেলৰ ব্যৱসায়। ব্যৱসায়ী ৰোহিত দাউৰা হৈছে গুৱাহাটী চেন্ট্রেলৰ স্বত্বাধিকাৰী।
Also Read: আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৯২সংখ্যক জন্মদিন : ৰাজ্য চৰকাৰৰ বিশেষ অনুষ্ঠান