
গুৱাহাটী মহানগৰীত বাল্য বিবাহৰ ঘটনাৰ ভয়ংকৰ পৰিণতি
শহুৰেকৰ ঘৰত আহি যুৱকৰ চিপ লৈ আত্মহত্যাৰ চেষ্টা
মহানগৰীৰ বশিষ্ঠৰ বৰপথাৰত সংঘটিত এই ঘটনা
ধিঙৰ যুৱকৰ আত্মহত্যাৰ চেষ্টা গুৱাহাটীৰ শহুৰেকৰ ঘৰত
আত্মহত্যাৰ চেষ্টা কৰা যুৱকজনৰ নাম অংকুৰ নাথ
অংকুৰ নাথ নামৰ যুৱকজনৰ বয়স ১৮ বছৰ
জানিব পৰা মতে অংকুৰ নাথৰ পত্নীৰ বয়স ১৬ বছৰ
যুৱকজনক সংকটজনক অৱস্থাত হেলথ চিটী হাস্পতালত ভৰ্তি।
আৰু পঢ়কঃ ম্যানমাৰৰ ৩৭খন চহৰত সামৰিক আইন জাৰি