/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
বশিষ্ঠত সংঘটিত হৈছে জঘন্য ঘটনা
বশিষ্ঠ মন্দিৰ চৌহদৰ শৌচাগাৰত এগৰাকী কিশোৰীক ধৰ্ষণ এজন লম্পদৰ
ধৃত লম্পদ জনৰ নাম খনীন কলিতা
ভুক্তভোগী কিশোৰীগৰাকীৰ অভিযোগৰ পিছতে বশিষ্ঠ আৰক্ষীয়ে মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পদ যুৱকজনক
সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে লম্পদ যুৱকজনক।
Also Read: জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন সমাপন