/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/fb1d747d-c847-4193-8319-d99cbf05b426/seba_17.jpg)
ছেবাৰ সন্মুখত শিক্ষাৰ্থীৰ প্ৰতিবাদঃ মানসিক হাৰাশাস্তিৰ সন্মুখীন হোৱা শিক্ষাৰ্থীৰ পৰীক্ষা নিদিয়াৰ হুংকাৰ...
-
পৰীক্ষাৰ মাজতে ছেবাৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ।
-
ছেবাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহিল কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী।
-
ছেবাৰ অধ্যক্ষক কাৰ্যালয়ৰ পৰা বাহিৰলৈ ওলাই শিক্ষাৰ্থীৰ সৈতে আলোচনা কৰাৰ আহ্বান শিক্ষাৰ্থীসকলৰ।
-
অত্যন্ত মানসিক চাপৰ ফলত বাকী থকা পৰীক্ষা নিদিয়াৰ হুংকাৰ।
-
পৰীক্ষা আৰু প্ৰশ্ন কাকত ফাদিল বিতৰ্কৰই মানসিক হাৰাশাস্তি কৰিছে শিক্ষাৰ্থীসকলক।
-
আৰক্ষীয়ে প্ৰতিবাদত বাধা দিছে শিক্ষাৰ্থীসকলক।
-
ছেবাৰ সন্মুখৰ পৰা প্ৰতিবাদ এৰি যাবলৈ আহ্বান আৰক্ষীৰ।
Also Read: সেউজীয়া পাহাৰত চলিছে অবাধ বনধ্বংস অভিযানঃ সকলো দেখিও চকু মুদিছে বন বিভাগে...