/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b82dfbef-14f7-49ce-8cf6-b0ecea34d327/download.jpg)
মহানগৰী গুৱাহাটীত চিলনী চোৰৰ সন্ত্ৰাস।
প্ৰাতঃ ভ্ৰমণলৈ অহা একাংশ মহিলা এতিয়া চিলনী চোৰৰ টাৰ্গেট হৈ পৰিছে।
মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন।
দেওবাৰে শিলপুখুৰীত এগৰাকী মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে সোণৰ চেইন।
শিলপুখুৰীৰ সেণাপতি পথত সংঘটিত হৈছে এই ঘটনা।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
এতিয়ালৈকে উলিয়াব পৰা নাই দুৰ্বৃত্তৰ সম্ভেদ।
Also Read: ৰঙাপৰাত অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us