ৰঙাপৰাত অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰঙাপৰাত অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাত অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ,ৰঙাপৰা : সোমবাৰে ৰঙাপৰা আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি ভড়ালীৰ নেতৃত্বত ৰঙাপৰা ৰেলৱে হাস্পতালৰ সমীপত গঢ় লৈ উঠা দুটাকৈ সুৰাৰ ভাটিত চলাই এই অভিযানত

Advertisment

অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুলাই মদ ,গেলা পাছোৱা সামগ্ৰী নষ্ট কৰে ৷ উল্লেখ্য যে ৰেলৱে হাস্পতালৰ সমীপত গঢ় লৈ উঠা চুলাই মদৰ ভাটিয়ে পৰিবেশ বিনষ্ট কৰি আহিছিল ৷

Also Read: খানাপাৰাত নিযুক্তি সমাৰোহ : আজি ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মুখত বিৰিঙিব হাঁহি

Rangapara