New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মহানগৰীৰ গণেশপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড
শিলেৰে মৰিয়াই মৰিয়াই হত্যা এজনক
পিংকু দাস নামৰ লোকজনক হত্যা কৰিলে তাৰাচান আলীয়ে
সুৰাপান কৰি দুয়োৰে মাজত হোৱা কাজিয়াৰ ফলতেই এই হত্যাকাণ্ড
দুয়োগৰাকী পেছাত আছিল অট’চালক
ফটাশিল আৰক্ষীয়ে গ্রেপ্তাৰ কৰে তাৰাচান আলীক।
Also Read: কোকৰাঝাৰত বিধায়ক এলেকা উন্নয়ন পুঁজিৰ জৰিয়তে এম্বুলেঞ্চ প্ৰদান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us