New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5d9d8e55-8a58-44c0-8697-b518b624f72b/4.jpg)
শৰাইঘাট দলঙত পুনৰ অঘটন।
শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্রত জাঁপ এজনৰ।
দলঙৰ ওপৰত উদ্ধাৰ এখন ৱেগনআৰ বাহন।
লগতে উদ্ধাৰ ৰাজব্রত বৰা নামৰ লোকজনৰ আধাৰ কাৰ্ড।
উদ্ধাৰ হোৱা বাহনখনৰ পঞ্জীয়ন নং– AS01 AG 5321।
ব্রহ্মপুত্রত লোকজনৰ সন্ধানত নদী আৰক্ষীৰ অভিযান।
Also Read: মথুৰাপুৰত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ