মথুৰাপুৰত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...

ডিজিটেল সংবাদ, চৰাইদেউ: দেওবাৰে পুৱাই মথুৰাপুৰ বাউলি পুখুৰী অঞ্চলত ডিঙিত চিপ লৈ থকা অৱস্থাত ৰহস্যজনকভাৱে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

৩টাকৈ সন্তানৰ মাতৃ মহিলাগৰাকী মৃতদেহ পুৱা গছত ডিঙিত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ মহিলাগৰাকী নাম জীনা কাঁহাৰ(৩২) বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত মথুৰাপুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে ৷

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...
কঠীয়াতলী মৃদংগ নৃত্য বিদ্যালয়ৰ ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in