
ডিজিটেল ডেস্ক: ৰাজ্যৰ ৰাজনীতিৰ শেহতীয়া খবৰ-
•আজি আপত যোগদান “লাইফ অব এ ড্ৰাইভাৰ - কেবিনৰ ইপাৰে”ৰ লেখক ৰূপম দত্তৰ
•অসম ৰাজ্যিক কাৰ্যালয়ত যোগদান লেখক গৰাকীৰ
•আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডা° ভবেন চৌধুৰী, ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকা, ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু দলীয় বিষয়ববীয়াৰ উপস্থিতিত আপত যোগদান কৰে লেখক গৰাকীয়ে
•সামাজিক মাধ্যমত এই কথা সদৰি কৰিলে "আপ-অসমে"