/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d457580e-a4e8-4965-b68f-fa89d5689fb8/nunmati_1.jpg)
মহানগৰীৰ ৰাজপথত মহিলাক আক্ৰমণ কৰি কাঢ়ি নিলে ধন...
গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা।
মহানগৰীৰ নুনমাটিত নিশা ডকাইতি।
ৰাজপথত মহিলাক আক্রমণ কৰি কাঢ়ি নিলে নগদ ধন।
নুনমাটিৰ চূণচালিত সংঘটিত হৈছে এই ঘটনা।
ধৰমবীৰ যাদৱ নামৰ এগৰাকী যুৱকৰ বিৰুদ্ধে এই অভিযোগ।
এগৰাকী মহিলাক আক্ৰমণ কৰি ডকাইতি কৰাৰ অভিযোগ ধৰমবীৰৰ বিৰুদ্ধে।
ভুক্তভোগী মহিলাগৰাকীৰ নাম সুমিত্রা দেৱী।
ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল।
Also Read: লক্ষীপুৰ উন্নয়নখণ্ডৰ কাৰ্যালয়ত হাতীৰ তাণ্ডৱঃ এগৰাকী বৃদ্ধাৰ মৃত্যু...