New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মালিগাঁৱৰ নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা
নিয়ন্ত্রণ হেৰুৱাই সেতুখনৰ খুঁটাত খুন্দা পানী টেংকাৰৰ
ইয়াৰ পিছতেই ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে টেংকাৰখন
মালিগাঁও ফালৰ পৰা আহি আছিল টেংকাৰখন
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন টেংকাৰচালকৰ
Also Read: এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়