খানাপাৰত পথ দুৰ্ঘটনাঃ অট' চালক নিহত...
খানাপাৰত পথ দুৰ্ঘটনাঃ অট' চালক নিহত...road accident

খানাপাৰত পথ দুৰ্ঘটনাঃ অট' চালক নিহত...

খানাপাৰা ট্ৰেফিক পইণ্টত সংঘটিত এই দুৰ্ঘটনা
  • মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্রবেগী অল্ট’ আৰু অট’ৰ মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত অট’ চালকজন।

  • নিহত অট’ চালকজন কইনাধৰাৰ উদয় তালুকদাৰ বুলি চিনাক্ত।

  • খানাপাৰাৰ ট্রেফিক পইণ্টৰ সমীপত এই দুৰ্ঘটনা।

  • অল্ট’খনৰ নম্বৰ AS 01 EC 6112।

  • আনহাতে অট’খনৰ নম্বৰ AS 01 EC 3546।

খানাপাৰত পথ দুৰ্ঘটনাঃ অট' চালক নিহত...
শিলচৰৰ হোষ্টেলত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in